
তাৰিখ: ০৬/০১/২০২৬
ঠিকনা:কুন্ধুলিমাৰী
(অসম)
কুন্ধুলিমাৰী হৈ এক ভয়ংকৰ দুৰ্ঘটনা। ঘটনাৰ সময়ত বহু ছাত্ৰ-ছাত্ৰী আহত হয়। এই ঘটনা সংঘটিত হৈছে কুন্ধুলিমাৰীত। কুণ্ডলিমাৰী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক ভ্ৰমণলৈ লৈ যোৱা হয়। বিদ্যালয়ৰ পৰা মাত্ৰ ১ কিলোমিটাৰ দূৰত্বত, তপস্যা ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। ঘন কুঁৱলীৰ ফলত এই ঘটনা আৰু অধিক ভয়াৱহ হৈ পৰে।
