Saturday, February 21, 2026

চামগুৰিৰ সোণালীবাঢ়ি আৰু নগাঁৱৰ পুৰণিগুডামত আৰক্ষীয়ে গৰু ভৰ্তি দুখন গাড়ী জব্দ কৰে।

Published:

তাৰিখ: ২৮/০১/২০২৬
ঠিকনা: চামগুৰি (অসম)

চামগুৰিৰ সোণালীবাঢ়ি আৰু নগাঁৱৰ পুৰণিগুডামত আৰক্ষীয়ে গৰু ভৰ্তি দুখন গাড়ী জব্দ কৰে।দুষ্কৃতিকাৰীয়ে উজনি অসমৰ পৰা গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। সেই সময়তে আৰক্ষীয়ে জব্দ কৰা গাড়ী দুখনৰ নম্বৰ আছিল ক্ৰমে AS25EC0383 আৰু MS12L799। অৱশেষত আৰক্ষীয়ে দুয়োখন গাড়ীৰ লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়।

Related articles