
তাৰিখ:১৯/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱত ভয়াৱহ অগ্নিকাণ্ড। খেৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। স্থানীয় লোকৰ সহায়ত ঘৰবোৰ জুইৰ পৰা ৰক্ষা পৰে। তেওঁলোকে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰা সম্ভৱ হয়।
