
তাৰিখ: ২৫/০১/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ পুৰণিগুদাম কাছাৰীগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী i10 বাহনে এজন স্কুটী চালকক খুন্দা মাৰে। এই দুৰ্ঘটনাত স্কুটী চালকজন গুৰুতৰভাৱে আহত হয়। আহত স্কুটী চালকজন পুৰণিগুদাম পথাৰৰ জলী যোগী বুলি জানিব পৰা গৈছে। তেওঁক নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।দুৰ্ঘটনা সংঘটিত কৰা i10 বাহনখনৰ নম্বৰ হ’ল AS 02 R 4321 আৰু স্কুটীখনৰ নম্বৰো একেই বুলি উল্লেখ কৰা হৈছে (AS 02 R 4321)। স্থানীয় লোকৰ মতে, বাহনখন তেজপুৰৰ পৰা আহি আছিল। তেওঁলোকৰ পৰিয়ালৰ এগৰাকী ৰোগীসহ ৬ জন লোক চেন্নাইলৈ যোৱাৰ কথা আছিল। বিয়লি প্ৰায় ৫ বজাত তেওঁলোকৰ ফ্লাইট আছিল বাবে তেওঁলোকক তেজপুৰৰ পৰা লৈ যোৱা হৈছিল। ঘূৰি অহাৰ সময়ত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বাহনখনে স্কুটীখনক খুন্দা মাৰে। স্কুটী চালকজনেস্কুটী চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। তেওঁক তৎকালীনভাৱে মৈখুলী (মৌখৌলী) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
