
তাৰিখ:১২/১২/২০২৫
ঠিকনা: কেচাৰিয়া (বিহাৰ)
পযৰ্ট কে কেচাৰিয়াৰ টুৰিষ্ট ফেচিলিটী চেণ্টাৰৰ পৰা বিহাৰৰ ঐতিহ্য জানিব পাৰিব__ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পূব চম্পাৰণৰ কেৰিয়াৰ নিৰ্মাণাধীন টুৰিষ্ট ফেচিলিটী চেণ্টাৰ, কস্তুৰবা গান্ধী বিদ্যালয় আৰু হেল্থ এণ্ড বেলেঞ্চ চেণ্টাৰ আদি নিৰীক্ষণ কৰে, মুখ্যমন্ত্ৰীয়ে নিৰ্মান কাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে পৰ্যটকে ভালদৰে সুবিধা লাভ কৰিব পাৰে, নীতিশ কুমাৰে কয় যে এই চেণ্টাৰ নিৰ্মাণৰ ফলত পৰ্যটক বৌদ্ধ ধৰ্ম আৰু বিহাৰৰ গৌৰৱশালী ঐতিহ্যৰ বিষয়ে ভালদৰে তথ্য লাভ কৰিব পাৰে, নীতিশ কুমাৰে কয় যে বুদ্ধ স্তূপৰ সুৰক্ষা তওৱধান আৰু বিকাশৰ বাবে চৰকাৰে কাম কৰি আছে, মুখ্যমন্ত্ৰীয়ে তাজপুৰ গাঁৱত অৱস্থিত হেল্থ ৱেলনেচ চেণ্টাৰো নিৰীক্ষণ কৰি তাত থকা লোকসকলৰ “আয়ুষ্মান কাড” বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে জীবিকা দি ,ৰান্ধনী, অংগনবাড়ী সেৱিকা, মমতা কৰ্মী আৰু বিকাশ মিএ, তালিমী মকজ আৰু টোলা সেৱক সকলকো সাক্ষাৎ কৰে, মুখ্যমন্ত্ৰীয়ে নতুন পুথিভঁৰাল উদ্বোধন কৰি ইয়াৰ মানদণ্ড পৰীক্ষা কৰে। এই উদ্যাধনত উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী সহ অন্যান্য মন্ত্ৰীও উপস্থিত আছিল।
