Saturday, February 21, 2026

বিশ্বনাথ চাৰিআলিৰ ডিটিঅ’ কাৰ্যালয়ৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:০৬/০২/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথ চাৰিআলিৰ ডিটিঅ’ কাৰ্যালয়ৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত দুজন লোক আহত হয়।তাৰে ভিতৰত এখন টমটম আৰু বাইকৰ মাজত এই দুৰ্ঘটনাটো ঘটে। টমটম চালকজনে কোনো সংকেত নিদিয়াকৈ পথৰ এফালে পৰা আনফালে পাৰ হ’বলৈ চেষ্টা কৰোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। পাভৈৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহি থকা অৱস্থাতে এই ঘটনাটো ঘটে। দুৰ্ঘটনাত গুৰুত্বভাৱে আহত হোৱা টমটম চালক আৰু বাইক আৰোহীজনক তৎকালীনভাৱে বিশ্বনাথৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related articles