
তাৰিখ:১৮/০২/২০২৬
ঠিকনা: খানাপাৰা (অসম)
ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু চোৰৰ দলসমূহ অবিৰতভাৱে আগবাঢ়ি গৈছে। মহানগৰীৰ খানাপাৰা উৰণীয়া সেতুৰ সমীপত গৰু ভৰ্তি এখন গাড়ী উদ্ধাৰ কৰা হয়। গৰু কঢ়িওৱা গাড়ীখনৰ নম্বৰ আছিল AS 13A C 5066। গাড়ীখন ৰখাই চালকজনে কিছু সময় অপেক্ষা কৰিছিল যদিও এজন ব্যক্তিয়ে মাত লগোৱাৰ লগে লগে তেওঁ পলাই যায়।
