Saturday, February 21, 2026

কলিয়াবৰৰ হাতীগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:31/01/2026
ঠিকনা: কলিয়াবৰ (অসম)

কলিয়াবৰৰ হাতীগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে। ঘটনাৰ সময়ত এজন চালক বহু সময় ধৰি ট্ৰাকৰ ভিতৰত আৱদ্ধ হৈ থাকে। ইফালে কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। সূত্ৰ অনুসৰি, বাহন দুখনৰ নম্বৰ আছিল AS19A0255 আৰু AS28AC1338।

Related articles