Saturday, February 21, 2026

কলিয়াবৰ ৰঙলুত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ২০/০১/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰ ৰঙলুত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী এখন বলোৰ’ পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাটো সংঘটিত কৰে। বাহনখনৰ নম্বৰ আছিল AS 03BC6246। যোৰহাটৰ দিশৰ পৰা বালিপাৰা অভিমুখে গৈ থকাৰ সময়তে এই ঘটনাটো ঘটে। দুৰ্ঘটনাটোত বাহনখনৰ চালকজন আহত হয়। চালকজনক লগে লগে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সূত্ৰৰ অনুসৰি, সেই বাহনখনত সুৰাৰ বটল থকাৰ কথাও জানিব পৰা গৈছে।

Related articles