
তাৰিখ:১১/১২/২০২৫
ঠিকনা: গোৱালপাৰা
গোৱালপাৰাৰ গোপাল পুৰত বন্য হাতীৰ সন্ত্ৰাস পুনৰ বৃদ্ধি পাইছে। বন্য হাতীৰ আক্ৰমণত মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে। হাতীৰ কুলাত পৰি বহু গাহৰিৰ মৃত্যু হয়। হাতীৰ বাবে তাত বাস কৰা তপন দাসৰ খেতি-পথাৰ, গছ-গছনি আদি যথেষ্ট ক্ষতি হ’ল। তাত বাস কৰা লোকসকলৰ মতে বন্য হাতীটোৱে তিনি-চাৰি মাহ ধৰি সিহঁতৰ গাঁৱত সন্ত্ৰাস চলাই আছে। গাঁৱবাসীৰ এয়াও ক’ব লগা যে বন্য হাতীটোৱে দুটা ঘৰ ভাঙিছে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনি আৰু খেতি-বাতি সেই গাঁওবাসীসকলৰ ক্ষতি কৰিছে। এই ঘটনাটো ৰাতি ৮:০০ মান বজাত ঘটিছিল। এই কথা স্পষ্টভাৱে পোহৰলৈ ওলাই আহিল।
