
তাৰিখ:১১/০১/২০১৬
ঠিকনা: চামগুৰি( অসম)
সামগুৰিত প্ৰায় ৩০টা গৰুসহ এখন ট্ৰাক জব্দ কৰে চামগুৰিৰ আৰক্ষীয়ে। সেই সময়তে চামগুৰিৰ আৰক্ষীয়ে ট্ৰাক চালকজনক হাতে-লোটে ধৰাত সফল হয়। ট্ৰাকখনৰ নম্বৰ আছিল AS 23 BC 5299। আৰু লগতে এই কথাও পোহৰলৈ আহিছে যে, ট্ৰাকখন উজনী দিশৰ পৰা নামনি দিশৰ ফালে যাওঁতে পুনৰ্নিবৰীত জব্দ কৰা হৈছিল। শেষত আৰক্ষীয়ে ততাতৈয়াকৈ চালকজনক নিজৰ জিম্মাত লয়।
