Saturday, February 21, 2026

চামগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা, ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰুক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

Published:

তাৰিখ:১২/০২/২০২৬
ঠিকনা: চামগুৰি (অসম)

চামগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰুক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বাইক আৰোহীজন গুৰুত্বভাৱে আহত হয়। থলুৱা ৰাইজ আৰু আৰক্ষীয়ে মিলি আহত ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰায়। সূত্ৰ অনুসৰি, এতিয়ালৈকে বাইক আৰোহীজনৰ কোনো পৰিচয় পত্ৰ পোৱা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইকখনৰ নম্বৰ আছিল AS 02X 7354।

Related articles