Saturday, February 21, 2026

জামুগুৰিহাটৰ গিৰেকীৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: জামুগুৰি (অসম)
জামুগুৰিহাটৰ গিৰেকীৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি, দুখন স্কুটী আৰু এখন বাইকৰ মাজত এই মুখামুখি সংঘৰ্ষ ঘটে। এই দুৰ্ঘটনাত তিনিজন লোক গুৰুত্বভাৱে আহত হৈছে। ইফালে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহতসকলক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায়। দুৰ্ঘটনাত জড়িত বাহনকেইখনৰ নম্বৰ হ’ল— স্কুটী AS12R0080, AS 12A F 9859 আৰু বাইকখনৰ নম্বৰ AS 12A N2 822।

Related articles