Saturday, February 21, 2026

তিতাবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

Published:

তাৰিখ:২৯/০১/২০২৬
ঠিকনা: তিতাবৰ

তিতাবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাৰ সময়ত এখন বাহনে এখন মটৰচাইকেলক খুন্দা মাৰে। তিতাবৰৰ দঙধৰাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাৰ কিছু সময় পিছত মটৰচাইকেল আৰোহীজনক তিতাবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল। মৃত ব্যক্তিজন গোলাঘাটৰ সুভাষ তাঁতী বুলি চিনাক্ত কৰা হৈছে। মটৰচাইকেলখনৰ নম্বৰ আছিল AS05 C 8169 (Honda SP125)।

Related articles