Saturday, February 21, 2026

নগাওঁৰ বৰহমপুৰৰ জলাহ গাঁৱত অৱস্থিত এখন ইটা ভাটাৰ (MRF) পৰিৱেশ উত্তপ্ত হৈ পৰে।

Published:

তাৰিখ:১৫/০২/২০২৬
ঠিকনাঃ নগাওঁ (অসম)
নগাওঁৰ বৰহমপুৰৰ জলাহ গাঁৱত অৱস্থিত এখন ইটা ভাটাৰ (MRF) পৰিৱেশ উত্তপ্ত হৈ পৰে। এজন অসমীয়া মালিকে এজন অসমীয়া শ্ৰমিকক প্ৰহাৰ কৰাৰ পিছতে এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাটো নগাঁৱৰ বৰহমপুৰত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ইটা ভাটাৰ মালিকে পাঁচজন লোকৰ সৈতে মিলি শ্ৰমিকজনক মাৰপিট কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে নগাঁও আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related articles