Saturday, February 21, 2026

প্ৰজাতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা।

Published:

তাৰিখ:২৫/০১/২০২৬
ঠিকনা: ৰূপহীহাট (অসম)
প্ৰজাতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা। গাখীৰ লুট কৰা কাণ্ডৰ সৈতে জড়িত ছলমান আলীক পিষ্টলসহ গ্ৰেপ্তাৰ। আৰক্ষীয়ে শিঙিমাৰীৰ পৰা দহ জাঁয় সজীৱ গুলীসহ এটা ৩২ এমএম (32 mm) পিষ্টল উদ্ধাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন পূৱ শিঙিমাৰীৰ নিবাসী ছলমান আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ক্ষিপ্ৰগতিত তদন্ত অব্যাহত ৰাখিছে।

Related articles