
তাৰিখ:১৫/০১/২০২৬
ঠিকনা: বিশ্বনাথ ( অসম)
বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল এক পথ দুৰ্ঘটনা। পথৰ মাজেৰে পাৰ হোৱা গৰুৰ বাবে সংঘটিত হল এই অঘটন। তীব্ৰবেগী বাহনৰ আগত গৰু ওলোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। বাহনখনৰ স্থানীয় ৰাইজৰ মতে ঘাইপথত অবাধী বিচৰন কৰা পশুধনৰ গৰাকী আৰু প্ৰশাসনৰ অনুপযোগী তাৰ বাবেই এনেধৰণৰ ঘটনা সমনাই ঘটিবলৈ লৈছে। শিঘ্ৰ এই ক্ষেত্ৰত প্ৰশাসনক গৃহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। গাড়ীখনত থকা লোকসকলে কোনো ধৰণৰ আঘাত প্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা যায়।
