
তাৰিখ: ০৯/০১/২০২৬
ঠিকনাঃ গোলাঘাট (অসম)
বুধবাৰে গোলাঘাটৰ পদুমণিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। মৰ্ত্য কুশল কব হাস্পতালত ভৰ্তি হোৱাৰ পিছত আহত দুজনক সংকটজনক অৱস্থাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত উপস্থিত থকা লোকসকলে কয় যে তিনিচুকীয়াৰ পৰা অহা কয়লা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই স্পীড ব্ৰেকাৰত বাগৰি পৰে। ট্ৰাকখনৰ নম্বৰ আছিল এল এল ০৭ ৮৮৪৬৬৮।সেই সময়তে ঘটনা স্থলীত গোলাঘাটৰ আৰক্ষী উপস্থিত হল, লগতে এই ঘটনাটো নিশা ১২ বজাৰ ওচৰত সংঘটিত হোৱা বুলিও পোহৰলৈ আহিছে। তেওঁলোকৰ মতে, ট্ৰাকখন জিৰণি ঘৰ আৰু এখন দোকানৰ মাজত গৈ পৰিল এই ট্ৰাক বুলি জানিব পৰা যায়।
