
তাৰিখ:২০/১২/২০২৫
ঠিকনা: গুৱাহাটী(অসম)
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মূৰ্তি উন্মোচন কৰে।কয় যে কংগ্ৰেছৰ ভুল শুধৰণি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গুৱাহাটীত কয় যে কংগ্ৰেছৰ সদায় অসম বিৰোধী কাম কৰি আহিছে। কংগ্ৰেছৰ ভোট বেংকৰ অনুপ্ৰৱেশকাৰী সকলক মুকলি স্বাধীনতা দিছিল আৰু জনসংখ্যাও সলনি কৰিছিল। ইয়াৰ পৰা প্ৰমাণ হ’ল যে সমগ্ৰ অসমৰ সুৰক্ষা আৰু পৰিচয় বিপদত পৰিছিল। আৰু আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কঠোৰ পৰিশ্ৰম কৰি অসমৰ সম্পাদ দেশ বিৰোধী লোকৰ পৰা মুক্ত কৰিছে। আৰু অবৈধ অনুপ্ৰবেশকাৰী সকলক চিনাক্ত কৰি বহিষ্কাৰ কৰা হৈছে। নৰেন্দ্ৰ মোদীৰ দুদিনৰ বাবে অসমত উপস্থিত হৈছিল। তেওঁ গুৱাহাটীত ৫০০০ কোটি টকা ব্যয়েৰে নিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিং উদ্ধোধন কৰে। এইটো দেশৰ প্ৰথম প্ৰকৃতিভিত্তিক বিমানবন্দৰ আধাৰিত। অসমৰ আগতে প্ৰধানমন্ত্ৰী গৰাকী কলকাতাত উপস্থিত হৈছিল।
কলকাতাত তেওঁ বিমানবন্দৰৰ পৰা নদীয়া জিলাৰ সৰনঘাটত অনুষ্ঠিত কাৰ্যসূচীত ফোনৰ জৰিয়তে ভাৰ্চুৱেল ভাষন দিছিল। মোদীয়ে এইটোও কৈছিল যে বংগৰ উন্নয়নৰ বাবে টকাৰ অভাৱ নাই, কিন্তু ইয়াত চৰকাৰ কেৱল কাট আৰু কমিছনত মগ্ন হৈ থাকে। উত্তৰ-পূবৰ প্ৰথম অংশ আছিল নেকি বা 4G 5G ৰ পৰা প্ৰযুক্তি আহি আছে। বন্ধুসকল , আমি উওৰ- পূৰ্বৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰি আছে। কংগ্ৰেছৰ শিপা স্বাধীনতাৰ আগৰ পৰাই জড়িত। গুৱাহাটীৰ পৰা জলপাইগুৰি লৈ চলি থকা বেদ ভাৰত এক্সপ্ৰেছত ভ্ৰমণৰ সময় কম কৰা হৈছে।

বাৰানসীৰ পৰা ডিব্ৰুগড়লৈ গংগাৰ বিকাশক লৈ উৎসাহ আছে। কংগ্ৰেছ চৰকাৰসমূহে অসম আৰু উত্তৰ-পূবক উন্নয়নৰ পৰা আতঁৰাই ৰখাৰ পাপ কৰিছিল। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ গৈ আছে।১১বছৰত এইটো কেনেকৈ হ’ল, ইয়াত আন্তঃগাঁথনিৰ বহুত ডাঙৰ ভূমিকা আছে। দেশৰ প্ৰতিটো অঞ্চলৰ অংশগ্ৰহণ আছে। এই উন্নয়নৰ মহান অভিযানত আজি অসম আৰু উত্তৰ-পূব আৰু আমাৰ মিছনৰ নেতৃত্ব দি আছে। অসমক ভাৰতৰ পূব দুৱাৰ হিচাপে গঢ় লৈ উঠা দেখিছো। অসমক কেইবাটাও ক্ষেত্ৰত উন্নত ভাৰতৰ ইঞ্জিন হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই নতুন টাৰ্মিনেল বিল্ডিংটোৱে গুৱাহাটীৰ ক্ষমতা বৃদ্ধি কৰিব আৰু এতিয়া সেৱা কোটিতকৈ অধিক সংখ্যক পৰ্যটক আহিব পাৰিব। আৰু লগতে মা কামাখ্যাৰ দৰ্শন সহজ হৈ যাব। এই বিমানবন্দৰটোৱে দেখুৱাইছে যে উন্নয়ন আৰু ঐতিহ্যৰ অৰ্থ কি , প্ৰকৃতিৰ সৈতে জড়িত ডিজাইন নে প্ৰযুক্তি। মোদীয়ে কয় যে, অসমৰ কোনো পাৰ্চী আৰু খচী অবিহনে চাকৰি পোৱা যায়, ইয়াৰ উন্নয়ন মোৰ দায়িত্ব। সেয়েহে ইয়াত লাখ লাখ কোটি টকাৰ আচঁনি আৰম্ভ কৰা হৈছে, অসমৰ ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাত দেশৰ এক নম্বৰ ৰাজ্য হৈ পৰিছে। অসমত কিমান যে সুন্দৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে, বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। সেয়ে আপুনিও কয় যে এতিয়াহে অসমৰ সৈতে ন্যায় হ’বলৈ আৰম্ভ হৈছে। কংগ্ৰেছে কৈছিল, অসমৰ উওৰ-পূব অঞ্চলক ঘাইপথ আৰু ৰেলপথ প্ৰয়োজন কি, এই চিন্তাধাৰাৰে কংগ্ৰেছৰ দেশৰ এই অঞ্চলটোক উপেক্ষা কৰিছিল। মোদীয়ে কংগ্ৰেছৰ ভুল শুধৰাই আছে। কংগ্ৰেছীসকল নৰ্থ ইষ্টলৈ যাওক বা নাযাওক ,মোৰ বাবে অসম আৰু নৰ্থ ইষ্টলৈ আহিলেই নিজৰ মানুহৰ দৰে অনুভৱ হয়। অসমৰ যেনেকৈ বিশাল ব্ৰহ্মপুত্ৰ নদীৰ সোঁত বগায়, ঠিক তেনেকৈয়ে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰত ইয়াত উন্নয়নৰ সোঁত বগিছে। আৰু অলপ আগতে গোপীনাথৰ প্ৰতিমা উদ্ধোধন কৰাৰ সুযোগ পালো। তেওঁ অসমৰ গৌৰৱ, পৰিচয়, ভবিষ্যত আছিল। তেওঁ কেতিয়াও আপোচ কৰা নাছিল।
