Saturday, February 21, 2026

মাজুলীৰ যোগনীধাৰী গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত এটা ঘৰৰ পৰা পৰি চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

Published:

তাৰিখ:০৩/০২/২০২৬
ঠিকনা: মাজুলী (অসম)
মাজুলীৰ যোগনীধাৰী গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত এটা ঘৰৰ পৰা পৰি চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। মাজুলীৰ যোগনীধাৰী গাঁৱত এই শোকাৱহ ঘটনাটো ঘটে। স্থানীয় ৰাইজে লগে লগে ১০৮ এম্বুলেন্স মাতি তেওঁলোকক হাস্পতাললৈ লৈ যায়। স্থানীয় লোকৰ ভাষ্য অনুসৰি, কাম কৰি থকা অৱস্থাত তিনিমহলীয়া অট্টালিকাৰ পৰা তেওঁলোক তলত পৰি যায়। যুৱককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। অৱশেষত তেওঁলোকক মাজুলী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related articles