Saturday, February 21, 2026

মৰিগাঁও আৰক্ষীয়ে জাল নথিপত্ৰৰে চাকৰি পাবলৈ চেষ্টা কৰা এজন যুৱকক আটক কৰে।

Published:

তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: মৰিগাঁও (অসম)
মৰিগাঁও আৰক্ষীয়ে জাল নথিপত্ৰৰে চাকৰি পাবলৈ চেষ্টা কৰা এজন যুৱকক আটক কৰে। যুৱকজনে আন এজন ব্যক্তিৰ পিডি এফ (PDF) ডাউনলোড কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল। চন্দ্ৰমণি বৰা নামৰ এজন যুৱকৰ MTS পৰীক্ষাৰ নথিপত্ৰ জাল কৰা হৈছিল। অৱশেষত মৰিগাঁও আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লয়।

Related articles