
তাৰিখ:২০/১২/২০২৫
ঠিকনা: নতুন দিল্লী
ৰাহুল গান্ধীয়ে কয় যে____RSSৰ বাবে সত্য নহয়, শান্তিহে জৰুৰী। ৰাহুল গান্ধীয়ে প্ৰমুখ বা মুকলিকৈ কৈছে যে এয়াই তেওঁলোক আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) ৰ মুখ্য মুকলিকৈ কৈছে যে সত্যৰ কোনো গুৰুত্ব নাই,বৰং শান্তিহে গুৰুত্বপূৰ্ণ। এইটোৱেই তেওঁলোক আৰু আমাৰ মাজত পাৰ্থক্য। ৰাহুলে ক’লে যে আমাৰ গোটেই সংস্কৃতি সত্যৰ ওপৰত আধাৰিত। আৰু এইটোও ক’লে যে আপুনি যিকোনো ধৰ্মৰ চাওক, মূলতঃ এইটোও কয় যে সত্য পালন কৰক । মহাত্মা গান্ধী, কংগ্ৰেছ আৰু আপোনালোক সকলোৱে আমি ভাৰতৰ ক্ষমতা ৰক্ষা কৰি আহিছোঁ।RSS এ নকৰে। আৰু এইটোও জনোৱা হৈছে যে ৰাহুল গান্ধী ৫ দিন ধৰি জাৰ্মানী ভ্ৰমণত আছে। আৰু তেওঁ শুকুৰবাৰে ওভাৰছিজ ইণ্ডিয়ান কংগ্ৰেছৰ কাৰ্যসূচী কানেক্টিং কালচাছত ভাৰতীয় সস্প্ৰেদায়ক সম্বোধন কৰে। আৰু ইয়াৰ উপৰিও তেওঁ জাৰ্মান থিংক টেংক ক’ত অংশগ্ৰহণ কৰা নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু হাৰ্টি স্কুলতো ভাষন দিয়ে। হাৰ্টি স্কুলত ৰাহুল গান্ধীয়ে ক’লে যে গনতন্ত্ৰ কেৱল চৰকাৰৰ এক ব্যৱস্থা নহয়,ৰৱং এয়া এক দায়িত্ব। সৃষ্টিশীল বৈষম্য দূৰ কৰিবলৈ শক্তিশালী বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজন।
