Saturday, February 21, 2026

ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।

Published:

তাৰিখ:১০/১২/২০২৫
ঠিকনা:নতুন দিল্লী‌‌
ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।ৰক্ষা মন্ত্ৰীয়ে এই প্ৰকল্পটো সাজু কৰিবলৈ ওলাইছে।জ্যেষ্ঠ ৰক্ষা বিষয়া সকলৰ মতে, নতুন Integrated Air weapon system (IADWS)সম্পূৰ্ণৰূপে দেশতে নিৰ্মিত অস্ত্ৰৰে তৈয়াৰ হ’ব।এই চিষ্টেমৰ আটাইতকৈ ডাঙৰ অংশটো হ’ব।DRDOৰ দ্বাৰা নিৰ্মিত (QRSAM)মিছাইল আৰু (VSHORADS)ভাৰতৰ এতিয়া কেইবাটাও চেন্সৰ,ৰাডাৰ আৰু এক আধুনিক কণ্ট্ৰোল‌ চিষ্টেমৰ সৈতে সংযুক্ত কৰা হ’ব,যাতে যিকোনো ধৰণৰ ভাবুকিৰ ওপৰত নজৰ ৰাখিব পৰা যায়।ভাৰতীয় বায়ু সেনাই এই চিষ্টেমটো পৰিচালনা কৰিব আৰু ৰক্ষা মন্ত্ৰালয়ে সফলতা লাভ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে১৫‌আগষ্টত‌ লাল‌কিল্লাৰ পৰা দিয়া ভাষণত ‘মিছন সুদৰ্শন চক্ৰ’ৰ কথা ঘোষণা কৰিছিল।(ADWS)এটা মাল্টিলেয়াৰ ডিফেন্স চিষ্টেম।ই শক্ৰৰ বিমান আক্ৰমণ বিফল কৰিব।২৩ আগষ্টত উৰিষ্যা‌ৰ‌‌ উপকূলত এই চিষ্টেমটোৰ সফল‌ পৰীক্ষা কৰা হৈছে।ভাৰতৰ ৰক্ষা মন্ত্ৰী‌ ৰাজনাথ‌ সিঙে তথ্য দি পোষ্ট কৰিছে যে এই পৰীক্ষকে আমাৰ দেশৰ মাল্টি‌ৰ ডিফেন্স‌ ক্ষমতা বৃদ্ধি কৰিছে।

Related articles