Wednesday, December 24, 2025

১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে।

Published:

তাৰিখ:১০/১২/২০২৫
১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে। এই আচঁনিৰ লাভ স্কুলৰ ছাত্ৰী সকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য‌ যে ১ জানুৱাৰী ২০২৬ বৰ্ষৰ ৰ পৰা ছাত্ৰী সকলৰ বাবে নতুন আচঁনি মুকলি কৰিছে। কিন্তু ছাত্ৰ সকলক ছোৱালীৰ দৰে একে সুবিধা নাপাব। এই আচঁনিখন‌ কেৱল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সকলৰ বাবে হে হ’ব। তাৰে ভিতৰত এইটো এখন আঁচনি‌। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটোও কৈছে যে এই আচঁনিৰ লাভ কেৱল দৰিদ্ৰ পৰিয়ালৰ ল’ৰা ছোৱালী পঢ়াত অসুবিধা নাপাব। আৰু লগতে মা_ দেউতাকৰ চিন্তা কম হ’ব। ল’ৰাৰ ক্ষেত্ৰত, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীয়ে ৫০% দায়িত্ব লয়। আৰু ছাত্ৰী সকলৰ ক্ষেত্ৰত প্ৰতিমাহে জল – পানীৰ (প্ৰতিমাহে ₹৩০০ ) আচঁনিও দিয়া হৈছে। এই আচঁনি‌ কেৱল চৰকাৰী স্কুলৰ বাবে,‌ ব্যক্তিগত স্কুলৰ বাবে নহয়।

Related articles