
তাৰিখ:২০/১২/২০২৫
ঠিকনা: আহমেদাবাদ
কোহলি ৰ ৰেকৰ্ডৰ পৰা ১৩ ৰান দূৰত আছিল অভিষেক।ভাৰতে শেষ মেচখনত দশিন আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰে। পাঁচজনীয়া টি২০ শৃংখলা ৩১ ৰানত নিজৰ নামত কৰিলে। আৰু টি২০ খেল কুঁৱলীৰ বাবে খেলিব পৰা নাছিল। ইয়াৰ লগতে শুকুৰবাৰে পোৱা এই জয়েৰে টিম ইণ্ডিয়াই একেৰাহে অষ্টম টি২০ শৃংখলা জয় কৰাৰ বাবে টি২০ শৃংখলাত হাৰ খাইছিল আগষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ২০২৩ চনৰ ডিচেম্বৰত ভাৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে ১১ গলত শৃংখলাটো সমতা স্থাপন কৰিছিল। তাৰ পিছত ভাৰতে সকলো শৃংখলা নিজৰ নামত কৰে। আহমেদাবাদত খেলা খেলখনত ভাৰতৰ ২৩২ ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮ উইকেটত মাএ ২০১ ৰানহে কৰিব পাৰিছিল। এই মেচখনত হাৰ্দিক পাণ্ডিয়াই মাএ ১৬ বলত অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ হৈ দ্বিতীয় দ্ৰুততম টি২০ ফিফটি কৰে। এনে সময়তে অভিষেক শৰ্মাই ঐতিহাসিক কৃতিত্বৰ একেবাৰে ওপৰত আছিল। তেওঁ এজন খেলুৱৈ আছিল যিয়ে এবছৰৰ সৰ্বাধিক টি২০ ৰান সংগ্ৰহ কৰি বিৰাট কোহলীৰ অভিলেখৰ পৰা ১৩ৰান দূৰত আছিল।

এই সময়ছোৱাত ভাৰতে জিম্বাৱেৰ বিৰুদ্ধে ৪১ শ্ৰী লংকাৰ ২০ আৰু আফগানিস্তানৰ বিৰুদ্ধে ২০ গ’লত শৃংখলা জয় কৰে। ইয়াৰ পিছত বাংলাদেশক ক্লীন ছুইপ কৰা হয়। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১ গ’লত জয় পঞ্জীয়ন কৰা হৈছিল। হাৰ্দিক পাণ্ডিয়াই মাএ ১৬ বলত অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ হৈ টি২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়িছিল। ২০০৭ চনৰ টি২০ বিশ্বকাপৰ
আৰু বিৰাট কোহলী ২০১৬ চনৰ ঐতিহাসিক অভিলেখৰ পৰা মাএ ১৩ৰান কৰিছিল, যিটো এতিয়াও এগৰাকী ভাৰতীয় বেটছমেনৰ দ্বাৰা ১ বছৰত সৰ্বাধিক টি২০ ৰানৰ অভিলেখ। সনজু ছেমছনে ৬৭৯ বলত ১০০০ টি২০ আন্তঃৰাষ্ট্ৰীয় হৈ ৰান সম্পুৰ্ণ কৰিছিল। তেওঁ বলৰ হিচাপত ভাৰতৰ হৈ ১০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপে হাৰ্দিক পাণ্ডিয়াৰ সমসক হৈ পৰিছিল।তিলক বৰ্মাই দশিন আফ্ৰিকাৰ
বিৰুদ্ধে টি_২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মাৰ অভিলেখ ভাঙিছিল। আৰু তাৰ লগতে তেওঁ মাত্ৰ ১০ ইনিংছত ৰান সংগ্ৰহ কৰি এই তালিকাত প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পূবে এই অভিলেখ ৰোহিত শৰ্মাৰ নামত আছিল। এই ক্ষেত্ৰত বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱে তিলক বৰ্মাৰ পিছত আছিল।১৬.১ম অভাৰত যশপ্ৰীতে মকো য়ানচেনক আউট কৰিলে। এই উইকেটটো এক সুন্দৰ ৰিভিউৰ বাবে পোৱা গৈছিল।এই ৰিভিউৰ বাবে সাজু ছেমছনে সূৰ্যকুমাৰ যাদৱক পতিয়ন নিয়ালে আৰু তাৰ সম্পূৰ্ণ কৃতিত্ব তেওঁকেই গ’ল।
