Sunday, February 22, 2026

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াবহ পথ দুৰ্ঘটনা ।

Published:

তাৰিখ : ১৫/০১/২০২৬
ঠিকনা : নলবাৰী , বৰক্ষেত্ৰী (অসম)
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াবহ পথ দুৰ্ঘটনা । চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এখন ব্যৱসায় প্ৰতিষ্ঠানত । গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ব্যৱসায় প্ৰতিষ্ঠানৰ লোক কেইজন । বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰী স্থিত বৰুৱা এন্টাৰপ্ৰাইজ ত খুন্দিৱালে এখন চাৰি চকীয়া বাহনে । চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ব্যৱসায় প্ৰতিষ্ঠান খনত । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱা ব্যক্তিগ সকল ক্ৰমে – মালা বৈষ্য , প্ৰদীপ বৈষ্য, হৰি দাস , পংকজ দাস ।
ঘটনা স্থলিত উপস্থিত হয় কিছো ভাৰ প্ৰাপ্ত বিষয়া । বুজ লয় ঘটনাটোৰ ঘটনাবোৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা AS – 01 – BE 3590 নম্বৰৰ চাৰি চকীয়া বাহনখন জব্দ কৰে স্থানীয় লোকৰ ম’তে চালকে সুৰাপান কৰি আছিল বাহনখন।

Related articles