Saturday, February 21, 2026

বৰক্ষেত্ৰীৰ ভনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় , এই দুৰ্ঘটনাৰ সময়ত বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই এটা গছত খুন্দা মাৰে।

Published:

তাৰিখ: ১২/০২/২০২৬
ঠিকনা: বৰক্ষেত্ৰী (অসম)

বৰক্ষেত্ৰীৰ ভনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ সময়ত বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই এটা গছত খুন্দা মাৰে। ফলত বাইক চালকজন গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ সহযোগত ১০৮-ক ততাতৈয়াকৈ খবৰ দিয়া হয় আৰু তেওঁক গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সূত্ৰৰ মতে, আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ নাম বিজয় পাটোৱাৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ আছিল AS01BM5809।

Related articles