Saturday, February 21, 2026

মৰিগাঁও চহৰৰ চাগৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:১৪/০২/২০২৬
ঠিকনা: মৰিগাঁও (অসম)

মৰিগাঁও চহৰৰ চাগৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। পৰিয়ালৰ লোকৰ মতে, মৃত যুৱকজনৰ নাম অজিতন দত্ত বুলি জানিব পৰা গৈছে। এখন বাহনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতে মৰিগাঁও আৰক্ষী উপস্থিত হয় যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ এতিয়ালৈকে কোনো সম্ভেদ পোৱা হোৱা নাই।

Related articles