বুধবাৰ, ডিচেম্বৰ 24, 2025

যোৰহাট এজন ড্ৰাগছ অপৰাধিক গ্ৰপ্তাৰ কৰা হৈছে ।

Published:

তাৰিখ:-০১/১২/২০২৫
ঠিকনা:- যোৰহাট
যোৰহাট এজন ড্ৰাগছ অপৰাধিক গ্ৰপ্তাৰ কৰা হৈছে । যোৰহাট সদৰ আৰক্ষীয়ে ড্ৰাগছ অপৰাধিক আটক কৰে। চহৰখনৰ মাজমজিয়াত ডাকঘৰৰ সন্মুখত যুৱক জনক পোৱা গৈছে। সূত্ৰ অনুসৰি যুৱক জনৰ নাম মধুজ্যোতি নাগ। যুৱকজনে এখন স্কুটিত দুটা ড্ৰাগছ বাকচ ভৰাই আনিছিল। যোৰহাট আৰক্ষীয়ে স্কুটি খনৰ লগতে ড্ৰাগছ আৰু কিছু নগদ ধন যোৰহাট সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। স্কুটীখনৰ নম্বৰ AS23A_3532 বুলি জানিব পৰা গৈছে। (ড্ৰাগছ ক’ৰ পৰা আনিছিল _যুৱকজনক সুধিছিল প্ৰশ্ন মোৰ নাম মাধুজ্যোতি নাগ। মই ড্ৰাগছ এটা বাকচত খাবলৈ অনিছিলোঁ। যোৰহাট সদৰ আৰক্ষীয়ে পুনৰ কৰিলে এটা প্ৰশ্ন, যোৰহাট সদৰ আৰক্ষীয়ে সোদাৰ পিছত তেওঁ নিজৰ গাঁওখনৰ নাম কুনাই গাঁওৰ বাসিন্দ বুলি স্পষ্টকৈ কলে। তেওঁ এইটোও স্বীকাৰ কৰে যে মই ড্ৰাগছ এমাহ ধৰি ব্যৱহাৰ কৰি আছোঁ।

Related articles