Wednesday, December 24, 2025

General

গোৱালপাৰাৰ গোপাল পুৰত বন্য হাতীৰ সন্ত্ৰাস পুনৰ বৃদ্ধি পাইছে।

তাৰিখ:১১/১২/২০২৫ঠিকনা: গোৱালপাৰাগোৱালপাৰাৰ গোপাল পুৰত বন্য হাতীৰ সন্ত্ৰাস পুনৰ বৃদ্ধি পাইছে। বন্য হাতীৰ আক্ৰমণত মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে। হাতীৰ কুলাত পৰি বহু গাহৰিৰ মৃত্যু...

১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে।

তাৰিখ:১০/১২/২০২৫১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে। এই আচঁনিৰ লাভ স্কুলৰ ছাত্ৰী সকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য‌ যে ১ জানুৱাৰী...

ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।

তাৰিখ:১০/১২/২০২৫ঠিকনা:নতুন দিল্লী‌‌ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।ৰক্ষা মন্ত্ৰীয়ে...

যোৰহাটত কালি ৰাতি এক ভয়‌ংকাৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে|

তাৰিখ:০৮/১২/২০২৬টিকনা:- যোৰহাটযোৰহাটত কালি ৰাতি এক ভয়‌ংকাৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ড দুৰ্ঘটনাৰ বাবে ভাড়া ঘৰৰ ৩০টা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ‌ছাই হৈছে। এই অগ্নিকাণ্ড ঘটনাটো...

বিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌|

তাৰিখ:-০৬/১২/২০২৫ঠিকনা:-লাহৰিজানবিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌ ঘটনা। অনুমানিক মতে আঠ বা‌ ন বজাৰ ভিতৰত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত মহাবীৰ মেডিকেল ষ্টোৰ...

স্বাধীনতা সেনা পতাকা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তাৰিখ:-০৬/১২/২০২৫ঠিকনা:- পাটনা (বিহাৰ)স্বাধীনতা সেনা পতাকা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাটনাত নীতিশ কুমাৰৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়। মুখ্যমন্ত্ৰীয়ে...

विश्वनाथ मुनाबाड़ी लाहौरीजान सेंटर में कल रात हुआ यह भयंकर अग्निकांड।

दिनांक:06/12/2025पता: लाहौरीजानविश्वनाथ मुनाबाड़ी लाहौरीजान सेंटर में कल रात आनुमानिक तौर से आठ यह नौ बाजे के बीच हुआ यह भयंकर अग्निकांड। उसे अग्निकांड के...

Recent articles