Thursday, January 15, 2026

Recent articles

যোৰহাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

তাৰিখ:১৬/১২/২০২৫ঠিকনা: যোৰহাটযোৰহাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ISBI ৰ পৰা নগৰ অভিমুখে অহা কেপ পাৰ উন্নত হৈ পৰিছে। দুৰ্ঘটনা গ্ৰস্ত হোৱা গাড়ীখনৰ নম্বৰ হ'ল...

जोरहाट में हुआ एक भयंकर दुर्घटना।

तारीख:16/12/2025पता: जोरहाटजोरहाट में हुआ एक भयंकर दुर्घटना।ISBI से नगर के तरफ आता हुआ केपे पार पालट गया। दुर्घटना ग्रस्त होने वाला गाड़ी का नम्बर...

फरीदाबाद जिले में घरेलू कुछ समस्याओं का समाधान के नाम पर ठक्कर 1.26 लाख रुपए लिया है।

तारीख:13/12/2025पता: फरीदाबादफरीदाबाद जिले में घरेलू कुछ समस्याओं का समाधान के नाम पर ठक्कर 1.26 लाख रुपए लिया है। यह मामला सामने आया है। पुलिस...

दिल्ली के हवा फिर से हो गई जानलेवा।

तारीख:15/12/2025पता: नई दिल्ली दिल्ली के हवा फिर से हो गई जानलेवा। वेस्टर्न डिस्टबेंस का असर क्या काम हुआ कि दिल्ली में हवा...

বিহাৰৰ প্ৰগতিত কষকৰ অৰিহনা সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে।

তাৰিখ:১২/১২/২০২৫ঠিকনা: মানপুৰ (বিহাৰ)বিহাৰৰ প্ৰগতিত কষকৰ অৰিহনা সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে। এই অৱদানক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নতুন আচঁনি ৰূপায়ন কৰি আছে। বিহাৰৰ...

পযৰ্টকে কেচাৰিয়াৰ টুৰিষ্ট ফেচিলিটী চেণ্টাৰৰ পৰা বিহাৰৰ ঐতিহ্য জানিব পাৰিব|

তাৰিখ:১২/১২/২০২৫ঠিকনা: কেচাৰিয়া (বিহাৰ)পযৰ্ট কে কেচাৰিয়াৰ টুৰিষ্ট ফেচিলিটী চেণ্টাৰৰ পৰা বিহাৰৰ ঐতিহ্য জানিব পাৰিব__ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পূব চম্পাৰণৰ কেৰিয়াৰ নিৰ্মাণাধীন টুৰিষ্ট ফেচিলিটী চেণ্টাৰ,...

গোৱালপাৰাৰ গোপাল পুৰত বন্য হাতীৰ সন্ত্ৰাস পুনৰ বৃদ্ধি পাইছে।

তাৰিখ:১১/১২/২০২৫ঠিকনা: গোৱালপাৰাগোৱালপাৰাৰ গোপাল পুৰত বন্য হাতীৰ সন্ত্ৰাস পুনৰ বৃদ্ধি পাইছে। বন্য হাতীৰ আক্ৰমণত মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে। হাতীৰ কুলাত পৰি বহু গাহৰিৰ মৃত্যু...

বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০‌ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যসভৱনত‌‌ এনডিএ সাংসদসকলৰ বাবে এক বিশেষ নৈশভোজৰ আয়োজন কৰা হৈছিল।

তাৰিখ:১১/১২/২০২৫ঠিকনা:নতুন দিল্লীবৃহস্পতিবাৰে সন্ধিয়া ৬:৩০‌ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যসভৱনত‌‌ এনডিএ সাংসদসকলৰ বাবে এক বিশেষ নৈশভোজৰ আয়োজন কৰা হৈছিল।বিজেপিৰ সভাপতি জেপি‌ নড্ডা আৰু সংসদীয় কাৰ্য...

১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে।

তাৰিখ:১০/১২/২০২৫১ জানুৱাৰী ২০২৬ ৰ পৰা চৰকাৰে আৰু এখন আঁচনি‌ মুকলি কৰিছে। এই আচঁনিৰ লাভ স্কুলৰ ছাত্ৰী সকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য‌ যে ১ জানুৱাৰী...

ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।

তাৰিখ:১০/১২/২০২৫ঠিকনা:নতুন দিল্লী‌‌ভাৰতৰ ৰক্ষা মন্ত্ৰীয়ে দিল্লীৰ ৰাজধানী NCRৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ৰ‌ মিছাইল,‌ড্ৰোন আৰু ফাইটাৰ জেটৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ চিষ্টেম স্থাপন কৰি আছে।ৰক্ষা মন্ত্ৰীয়ে...

যোৰহাটত কালি ৰাতি এক ভয়‌ংকাৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে|

তাৰিখ:০৮/১২/২০২৬টিকনা:- যোৰহাটযোৰহাটত কালি ৰাতি এক ভয়‌ংকাৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ড দুৰ্ঘটনাৰ বাবে ভাড়া ঘৰৰ ৩০টা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ‌ছাই হৈছে। এই অগ্নিকাণ্ড ঘটনাটো...

বিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌|

তাৰিখ:-০৬/১২/২০২৫ঠিকনা:-লাহৰিজানবিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌ ঘটনা। অনুমানিক মতে আঠ বা‌ ন বজাৰ ভিতৰত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত মহাবীৰ মেডিকেল ষ্টোৰ...