Saturday, February 21, 2026

কলিয়াবৰ তিনিআলিত নিশাৰ ভাগত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:০৩/০২/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰ তিনিআলিত নিশাৰ ভাগত এক পথ দুৰ্ঘটনা সংঘটিত হয়। তেজপুৰৰ পৰা নগাঁৱ অভিমুখে গৈ থকা পাচলি ভৰ্তি এখন বলৰো পিকআপ বাহনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই ওলোটাই পৰে। ৰাইজৰ কোৱা মতে, বাহনখন অতি দ্ৰুতবেগত আহি আছিল আৰু বাহনখনত আলুৰ বস্তা আছিল।

Related articles