Thursday, January 15, 2026

“কালি পুৱা ৪:১৭ বজাত এটা ভূমিকম্প সংঘটিত হয়; এই ভূমিকম্পৰ সময়ত সকলো বিশিষ্ট ৰাজ্যই আচৰিত হৈ পৰে “।

Published:

তাৰিখ: ০৫/০১/২০২৬
ঠিকনাঃ মৰিগাঁও (অসম)

কালি পুৱা ৪:১৭ বজাত হোৱা এই ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চল কঁপি উঠিল। আজি পুৱাৰ ভূমিকম্পত হয় দুজন লোকৰ মৃত্যু হয়। নদলপুৰী গাঁৱত আঘাত প্ৰাপ্ত হোৱা দুজন যুৱকৰ নাম হ’ল জয়মতী দৌৰী নামৰ এজন বৃদ্ধ আৰু ধীৰাজ কুমাৰ নামৰ এজন ব্যক্তিক খুন্দা মৰাৰ ফলত ভয়তে ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। এজন ব্যক্তিৰ কোৱা মতে, ভূমিকম্পৰ সময়ত ঘৰৰ পৰা ওলাই যাওঁতে গ্ৰিলত খুন্দা খাই মূৰ ফাটিল তাৰ ফলত লগে লগে মৰিগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জয়মতী দৌৰীয়ে মূৰৰ আঘাতৰ পোৱাৰ বাবে প্ৰায় ১২টা চিলাই দিব লগীয়া হৈছিল আৰু তেওঁৰ বয়স প্ৰায় ৮০ বছৰ।

Related articles