
তাৰিখ:২৭/০২/২০২৬
ঠিকনা:পাটাছাৰকুছি (অসম)
পাটাছাৰকুছি ওচৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা।দ্ৰুতবেগী বলেৰ’ৰ খুন্দাত স্কুটী আৰোহী তথা অৱসৰপ্ৰাপ্ত এছএছবি (SSB) জোৱান উমেশ ৰয়ৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে সেই দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ চালকজনক জিম্মাত লৈছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
