
তাৰিখ:২০/০১/২০২৬
ঠিকনা: বালিকুচী (অসম)
বালিকুচী সত্ৰৰ সভাত অগ্নিকাণ্ডৰ ঘটনা। পথৰ কাষৰ বজাৰখনে গুৰুতৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি জীৱন ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। এই জুইত দুখন দোকান ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়। দৰং আৰু কামৰূপৰ সীমান্তৱৰ্তী বালিকুচী সত্ৰত সভা অনুষ্ঠিত হৈ আছিল। সভা চলি থকাৰ মাজতে হঠাত এখন ফাষ্ট ফুডৰ দোকানত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি জুইৰ সৃষ্টি হয়। অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে ধ্বংস হয়। আতংকিত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
