Wednesday, December 24, 2025

বিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌|

Published:

তাৰিখ:-০৬/১২/২০২৫
ঠিকনা:-লাহৰিজান
বিশ্বনাথ মোনাবাৰীত লাহৰিজান চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ডৰ‌ ঘটনা। অনুমানিক মতে আঠ বা‌ ন বজাৰ ভিতৰত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত মহাবীৰ মেডিকেল ষ্টোৰ আৰু মহাবীৰ হাৰ্ডৱেৰৰ দোকান সম্পূৰ্ণৰূপে জ্বলি যায়। অগ্নিকাণ্ডৰ ফলত দুয়োটা ব্যৱসায়তে যথেষ্ট লোকচান হয়। ইয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনী‌ আহি জুই নুমুৱাবলৈ সক্ষম হয়। সেই দোকানৰ কৰ্মচাৰীজনে কয় যে সেই যুৱকজন ৰ দোকানখন সকলো দোকানৰ মাজত আছিল। সেই দোকানৰ কৰ্মচাৰীজনে ক’লে যে এই দোকানত মোৰ বেংকৰ মেচিন, লেপটপ, আৰু প্ৰিণ্টাৰৰ উপৰিও বিভিন্ন ধৰণৰ সামগ্ৰী আছিল। সেই সময়তে এই কথা পোহৰলৈ আহিছে যে সেই যুৱকজনে এই খৱৰটো বহুত পলমকৈহে গম পালে।আন দোকানৰ গৰাকীও এই কথা ক’লে যে তেওঁৰ হঠাৎ খৱৰটো পালে। আৰু এই ঘটনা দুই বাৰ সংগঠিত হৈছে। কিন্তু এতিয়ালৈকে জুই কেনেকৈ লাগিল সেই বিষয়ে কোনো তথ্য পোৱা নাই।

Related articles