
তাৰিখ:১২/১২/২০২৫
ঠিকনা: মানপুৰ (বিহাৰ)
বিহাৰৰ প্ৰগতিত কষকৰ অৰিহনা সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে। এই অৱদানক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নতুন আচঁনি ৰূপায়ন কৰি আছে। বিহাৰৰ বিধানসভাৰ অধ্যক্ষ ডঃ প্ৰেম কুমাৰ প্ৰথামিক কৃষি কাৰ্যালয়ৰ খেল পথাৰ চৌহদত অনুষ্ঠিত দুদিনীয়া কৃষি সমাৰোহৰ সামৰণি মাৰে। এই সমাৰোহত উপস্থিত কৃষকসকলৰ মাজত চৰকাৰৰ বিভিন্ন আঁচনি ভাগ বতৰা কৰা হয়। ড’ কুমাৰে কয় যে কৃষক আৰ্থিক ক্ৰেডিট কাৰ্ডৰ সময়সীমা ৫লাখ টকা কৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত কৃষক সকলে খেতি-বাতিৰ বাবে আধুনিক কৌশল গ্ৰহণ কৰাত যথেষ্ট সহায় পাব। ড’ প্ৰেম কুমাৰে জনোৱা মতে, প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত গয়া জিলাৰ ৩লাখ ৯ হাজাৰ কৃষকক ১৮০ কোটি টকা তিনিটা কিস্তিত তেওঁলোকৰ একাউণ্টত দিয়া হ’ব। এইবাৰৰ কৃষি যাএা কাৰন মেলাত মুঠ ৯০ টা বিপনী স্থাপন কৰা হৈছিল। বুলিও তেওঁ উল্লেখ কৰে। জিলা কৃষি বিষয়াই কৃষি যন্ত্ৰ বিতৰণৰ বাবে ১০,৬৮০ জন কৃষকক অনুমোদন পত্ৰ অৰ্পন কৰে। শেষত পূৰ্বে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে কেইবাজনো বিষয়াক সস্বধনা জনাই ।
