Saturday, February 21, 2026

যোৰহাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

Published:

তাৰিখ:১৬/১২/২০২৫
ঠিকনা: যোৰহাট
যোৰহাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ISBI ৰ পৰা নগৰ অভিমুখে অহা কেপ পাৰ উন্নত হৈ পৰিছে। দুৰ্ঘটনা গ্ৰস্ত হোৱা গাড়ীখনৰ নম্বৰ হ’ল AS-03CC-8582। সূত্ৰ অনুসৰি, সেই গাড়ীখন‌ অতি বেগেৰে গতি কৰি আছিল। এই দুৰ্ঘটনাত ড্ৰাইভাৰৰ লগতে আন তিনিজন যাত্ৰীও আহত হৈছে। তেওঁলোকক JMCHত ভৰ্তি কৰোৱা হৈছে। নাগৰিকৰ‌ মতে, গাড়ীখন অতি বেগেৰে আহিছিল আৰু অভাৰটেক কৰাৰ বাবে ৰোডত বাগৰি পৰিছিল। সেই গাড়ীখনত এগৰাকী মহিলাও গুৰুত্বৰ ভাৱে আহত হৈছে আৰু ড্ৰাইভাৰ জনেও আঘাত পাইছে।

Related articles